Showing the single result

Sort by:
  • Rated 5.00 out of 5
    The Personal Economy by: Manab Jyoti Gogoi 550.00

    বিশেষকৈ আজিৰ যুগত মানুহৰ জীৱনৰ বাবে টকাৰ উপাৰ্জন অৰ্থাৎ অৰ্থনীতিৰ কিমান প্ৰয়োজন ,সেই কথা কোৱাৰ আৱশ‍্যকতা নাই। অসমত নিবনুৱাৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পোৱাৰ অন‍্যতম কাৰণ হ’ল : উপাৰ্জন সম্পৰ্কে আমাৰ আধুনিক জ্ঞানৰ অভাৱ। চাকৰী কৰা সকলে উপাৰ্জন কৰিছে যদিও ,উপাৰ্জিত ধন সঠিকভাৱে পৰিচালিত কৰিব নজনাৰ বাবেই বহুতো মধ‍্যবৃত্ত পৰিয়ালৰ জীৱন আজি দুখনীয় । চাকৰী নোপোৱাৰ বেদনাত লাখ লাখ যুৱক-যুৱতী আজি হতাশাগ্ৰস্ত। আমি ‘ব‍্যক্তিগত অৰ্থনীতি’ শীৰ্ষক এই কিতাপৰ যোগেদি এই সময়ৰ উপাৰ্জনৰ অসংখ্য পথ উন্মোচন কৰি দিম , যাতে সকলোৱে জীৱনৰ এটা সময়ত নিজকে সমৃদ্ধিশালী কৰি তুলিব পাৰে । এই কিতাপখন পঢ়াৰ পিছত আপোনাৰ মানসিকতা,চিন্তা আৰু জীৱনৰ গতিধাৰাই সলনি হৈ যাব ,আৰু আপোনাৰ সন্মুখত অসংখ্য উপাৰ্জনৰ পথ প্ৰশস্ত হৈ পৰিব । গতিকে পলম নকৰি এই কিতাপখন সকলোৱে পঢ়ি জীৱনৰ উত্তৰণৰ যাত্ৰাত অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ।

Publish Book Now
close slider








Note: This question makes sure that you are not a robot.