• img-book

    Manab Jyoti Gogoi

ISBN: 9789393899255

The Personal Economy

by: Manab Jyoti Gogoi
5.00 out of 5 based on 1 customer rating
1 customer review

বিশেষকৈ আজিৰ যুগত মানুহৰ জীৱনৰ বাবে টকাৰ উপাৰ্জন অৰ্থাৎ অৰ্থনীতিৰ কিমান প্ৰয়োজন ,সেই কথা কোৱাৰ আৱশ‍্যকতা নাই। অসমত নিবনুৱাৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পোৱাৰ অন‍্যতম কাৰণ হ’ল : উপাৰ্জন সম্পৰ্কে আমাৰ আধুনিক জ্ঞানৰ অভাৱ। চাকৰী কৰা সকলে উপাৰ্জন কৰিছে যদিও ,উপাৰ্জিত ধন সঠিকভাৱে পৰিচালিত কৰিব নজনাৰ বাবেই বহুতো মধ‍্যবৃত্ত পৰিয়ালৰ জীৱন আজি দুখনীয় । চাকৰী নোপোৱাৰ বেদনাত লাখ লাখ যুৱক-যুৱতী আজি হতাশাগ্ৰস্ত। আমি ‘ব‍্যক্তিগত অৰ্থনীতি’ শীৰ্ষক এই কিতাপৰ যোগেদি এই সময়ৰ উপাৰ্জনৰ অসংখ্য পথ উন্মোচন কৰি দিম , যাতে সকলোৱে জীৱনৰ এটা সময়ত নিজকে সমৃদ্ধিশালী কৰি তুলিব পাৰে । এই কিতাপখন পঢ়াৰ পিছত আপোনাৰ মানসিকতা,চিন্তা আৰু জীৱনৰ গতিধাৰাই সলনি হৈ যাব ,আৰু আপোনাৰ সন্মুখত অসংখ্য উপাৰ্জনৰ পথ প্ৰশস্ত হৈ পৰিব । গতিকে পলম নকৰি এই কিতাপখন সকলোৱে পঢ়ি জীৱনৰ উত্তৰণৰ যাত্ৰাত অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ।

550.00

Out of stock

Books of Manab Jyoti Gogoi
About This Book

    বিশেষকৈ আজিৰ যুগত মানুহৰ জীৱনৰ বাবে টকাৰ উপাৰ্জন অৰ্থাৎ অৰ্থনীতিৰ কিমান প্ৰয়োজন ,সেই কথা কোৱাৰ আৱশ‍্যকতা নাই। অসমত নিবনুৱাৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পোৱাৰ অন‍্যতম কাৰণ হ’ল : উপাৰ্জন সম্পৰ্কে আমাৰ আধুনিক জ্ঞানৰ অভাৱ। চাকৰী কৰা সকলে উপাৰ্জন কৰিছে যদিও ,উপাৰ্জিত ধন সঠিকভাৱে পৰিচালিত কৰিব নজনাৰ বাবেই বহুতো মধ‍্যবৃত্ত পৰিয়ালৰ জীৱন আজি দুখনীয় । চাকৰী নোপোৱাৰ […]

  • Details
  • Meet the Author
  • Reviews(1)
Details

ISBN: 9789393899255
SKU: WB8694
Publisher: BlueRose Publishers
Publish Date: 2022
Page Count: 361

Meet the Author
Blue rose author
Manab Jyoti Gogoi is an author, business and success coach, teacher, and entrepreneur. He has been writing so many articles on multiple subjects. He has many experiences in business.

Additional information

Weight 0.60 kg
Dimensions 21.59 x 13.97 x 2.5 cm

  1. Aroti Gogoi

    Rated 5 out of 5

    Great Book